UTL স'লাৰ প্ৰত্যাহ্বান

লকডাউনত হোৱা সকলো ধৰণৰ লোকচান ঘূৰাই পাব, ইন্ভাৰ্টৰৰ ইনকাম দুগুণকৈ বাঢ়ি যাব।

“GUARANTEED”

আপুনি সাজুনে ?

এটা সাধাৰণ ইন্ভাৰ্টৰ বিক্ৰী কৰিলে

আপোনাৰ প্ৰায় ১০০ টকা সঞ্চয় হব পাৰে

এটা UTL স'লাৰ Products বিক্ৰী কৰিলে

৪০০-৫০০ টকাৰ * উপাৰ্জন হ'ব

আপুনি কেনেকৈ সহজে UTL Products বিক্ৰী কৰিব পাৰিব

তাৰবাবে আমি আপোনাক সহায় কৰিম

আমি আপোনাক আৰু আপোনাৰ Sales Person অক Products ৰ এটা ফল্ডাৰ দিম যাৰ দ্বাৰা আপুনি গ্ৰাহকক অতি সহজে বুজাই দিব পাৰিব।

অলপ সময়ৰ ভিতৰতে গ্ৰাহকে বুজি পাৱ আৰু আপোনাৰ ইন্ভাৰটৰ বিক্ৰী হৈ যাব।

সকলো কম্পেনীয়ে সামগ্ৰী গোটায় থৈ দিয়ে, আৰু UTL SOLAR য়ে সামগ্ৰী বিক্ৰী কৰাব।

আমাৰ ওচৰত আমাৰ ক'ল চেন্টাৰ হেল্পলাইন নম্বৰ 9250885885 ত, just ডায়েল, Indiamart, ফেচবুক, গুগল, আৰু আমাৰ ৱেবচাইট, আৰু বিভিন্ন প্ৰকাৰে গ্ৰাহকৰ Enquiry আহি থাকিব। Enquiry অহা পাছত UTL SOLAR ৰখা ডিলাৰ বোৰক দিনত কমচেকম ৫- ১০ টাকৈ Enquiry দিয়া হ'ব।

আপোনাৰ দোকানত অহা ৫ জন গ্ৰাহকৰ ভিতৰত যদি এজনকো UTL ৰ Product বেচিবলৈ সক্ষম হয়, তেনেহ'লেও আপোনাৰ যঠেষ্ট লাভ আছে

সঞ্চয় দূগুণ ৪০০-৫০০ টকা

বিতংকৈ জানিবলৈ তলৰ ভিডিও টো চাওক

আপোনাৰ এলেকাৰ সকলো Enquiry আপোনাক যোগান ধৰা হ'ব।

Enquiry ৰ SMS দি, UTL SOLAR য়ে আপোনাৰ সামগ্ৰী বিক্ৰী হোৱাত যঠেষ্ট সহায় আগবঢ়াব। আৰু আপুনিয়ে মাত্ৰ সেই Enquiry পাব। কাৰণ UTL য়ে এটা Enquiry মাত্ৰ এজন ডিলাৰক যোগান ধৰে।

যদি আপুনি ভিন্ন ইন্ভাৰট কোম্পানীৰ সকলো স্কিম যোৰা লগাই দিলেও ইমানখিনি আৰ্জন কৰিব নোৱাৰে।

ভিন্ন কম্পেনীয়ে আপোনাৰ সামগ্ৰী দিব আৰু UTL স'লাৰয়ে আপোনাক সামগ্ৰীৰ লগত বিক্ৰীও কৰাত সহায় কৰিব

যদি আপুনি UTL SOLAR ৰ ফ্ৰেনচাইজী লব বিচৰে তেনেহ’লে ইয়াত ক্লিক কৰক

ওচৰৰ ডিচট্ৰিবিউটৰৰ নম্বৰ নিজৰ মবাইলত পাবলৈ তলৰ Form খন ভৰ্তি কৰক।

Client Details
[ssba-buttons]