UTL SOLAR য়ে এই পৰ্য্যন্ত ২০০ টা Retail Franchise খুলিছে,যাৰ দ্বাৰা সকলোকে নিজৰ এলেকাত এক ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । আপুনিও এই ব্যৱসায়ত আগ্ৰহী নেকি? যদিহে আগ্ৰহী এতিয়াও সময় আছে আপুনি আপোনাৰ এলেকাত এই ব্যৱসায় আৰম্ভ কৰিব পাৰে।
১. আপোনাৰ দোকানৰ সম্পূৰ্ণ Decorate কৰা। ২. আপোনাৰ এলেকাত আপোনাৰ Shopee (দোকান) বিপনন প্ৰচাৰ অভিযান (Marketing Promotion) চলোৱা। ৩. আপোনাৰ ব্যৱসায়ৰ বহুল প্ৰচাৰ তথা অধিক বিক্ৰীৰ সুচল কৰি চলাবলৈ কাষৰীয়া গাঁওসমূহত বৈদ্যুতিক কৰ্মী নিয়োগ কৰা।
১. দুজনকৈ বিক্ৰী আৰু সেৱা (Service Engineer) অভিযন্তা নিয়োগ কৰা। ২. তেওঁলোকক প্ৰশিক্ষণ দিয়া। ৩. UTL Solar ৰ জৰিয়তে পাবলগীয়া সেৱা সুবিধা আৰু Solar সংস্থাপন বিষয়ে প্ৰশিক্ষণ।
১. বিজ্ঞাপন প্ৰচাৰঅভিযানৰ জৰিয়তে অহা সকলো তথ্য আপোনাক যোগান ধৰা হ'ব। ২. UTL App উপলব্ধ কৰিব পাৰিব,যাৰ জৰিয়তে আপুনি অনুসন্ধান লোকচান সম্বন্ধীয় বিষয় সমূহ জানিব পাৰিব। ৩. Digital Promotion ৰ জৰিয়তে আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰা হ'ব।
আপোনাক আৰু আপোনাৰ কৰ্মচাৰীক Solar সংস্থাপনৰ, উপভোক্তা/ লেনদেন/ আৰু আচাৰ ব্যৱহাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব ।
UTL য়ে আপুনি বিনিয়োগ কৰা ধনক তথা আপোনাৰ কষ্টক সন্মান জনায়,আৰু সেয়েহে আপোনাৰ ব্যৱসায় সফল হোৱাতো UTL ৰ কাম্য। UTL য়ে সম্পূৰ্ণ সহযোগিতাত আপোনাৰ ব্যৱসায় প্ৰসাৰ আৰু প্ৰচাৰ কৰি অৰ্থনৈতিক ভাবে স্বাৱলম্বী হওক।
আপুনি UTL Solar Franchisee ত বিনিয়োগ কৰাৰ পাছত আমি যিখিনি সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছো সেইখিনি আমি যদি ৰাখিব নোৱাৰো, তেনেহলে আপুনি ৩ মাহৰ ভিতৰত সকলো সামগ্ৰী ওভতাই দি ধনৰাশি ওভতাই লব পাৰে ৷
WhatsApp us