UTL Solar Logo

Solar ৰ পৰা মাহে ৫০,০০০ টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি?

UTL सोलर Shoppe मे 8 Lakh रुपए लगाए , और अपना सोलर का बिज़नेस शुरू करें ।

UTL SOLAR য়ে এই পৰ্য্যন্ত ২০০ টা Retail Franchise খুলিছে,যাৰ দ্বাৰা সকলোকে নিজৰ এলেকাত এক ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । আপুনিও এই ব্যৱসায়ত আগ্ৰহী নেকি? যদিহে আগ্ৰহী এতিয়াও সময় আছে আপুনি আপোনাৰ এলেকাত এই ব্যৱসায় আৰম্ভ কৰিব পাৰে।

Solar Business

UTL Solar অৰ বিষয়ে বিশদভাৱে জানিবলৈ তলৰ Vidio Clip টো চাব পাৰে।

UTL Solar ৰ ব্যৱসায়ৰ বৈশিষ্ট্য সমূহ

দোকানৰ ভিতৰচোৱা আৰু Maketing ( বিগ্যাপন)ৰ ব্যৱস্থা।

Business opportunity

১. আপোনাৰ দোকানৰ সম্পূৰ্ণ Decorate কৰা।
২. আপোনাৰ এলেকাত আপোনাৰ Shopee (দোকান) বিপনন প্ৰচাৰ অভিযান (Marketing Promotion) চলোৱা।
৩. আপোনাৰ ব্যৱসায়ৰ বহুল প্ৰচাৰ তথা অধিক বিক্ৰীৰ সুচল কৰি চলাবলৈ কাষৰীয়া গাঁওসমূহত বৈদ্যুতিক কৰ্মী নিয়োগ কৰা।

বিক্ৰী, সেৱা আৰু UTL solar ৰ স্থাপনৰ বিষয়ে প্ৰশিক্ষণ।

Business opportunity

১. দুজনকৈ বিক্ৰী আৰু সেৱা (Service Engineer) অভিযন্তা নিয়োগ কৰা।
২. তেওঁলোকক প্ৰশিক্ষণ দিয়া।
৩. UTL Solar ৰ জৰিয়তে পাবলগীয়া সেৱা সুবিধা আৰু Solar সংস্থাপন বিষয়ে প্ৰশিক্ষণ।

আপোনাৰ এলেকাৰ সকলো ব্যৱসায় সম্প্ৰকীয় অনুসন্ধান কৰি তথ্য সমূহ আপোনাক যোগান ধৰা হ'ব।

Business opportunity

১. বিজ্ঞাপন প্ৰচাৰঅভিযানৰ জৰিয়তে অহা সকলো তথ্য আপোনাক যোগান ধৰা হ'ব।
২. UTL App উপলব্ধ কৰিব পাৰিব,যাৰ জৰিয়তে আপুনি অনুসন্ধান লোকচান সম্বন্ধীয় বিষয় সমূহ জানিব পাৰিব।
৩. Digital Promotion ৰ জৰিয়তে আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰা হ'ব।

আপোনাক তথা আপোনাৰ ব্যৱসায়ত জড়িত কৰ্মচাৰীক UTL Solar ৰ প্ৰশিক্ষণ।

Business opportunity

আপোনাক আৰু আপোনাৰ কৰ্মচাৰীক Solar সংস্থাপনৰ, উপভোক্তা/ লেনদেন/ আৰু আচাৰ ব্যৱহাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব ।

OUR PRODUCTS

UTL SOLAR Product Range

তলৰ Video Clip টো চাওক, UTL Solar য়ে এতিয়ালৈকে লাভ কৰা সফলতা সমূহ দেখিবলৈ পাব।

যদিও UTL Franchise ত মাহিলী উপাৰ্জন প্ৰায় ৫০ হাজাৰ টকা পৰ্য্যন্ত হ'ব পাৰে ,তথাপি শীত কালত Solar ৰ বিক্ৰী কম হোৱা হেতু এই উপাৰ্জনৰ কিছু কম বেছি হ'ব পাৰে। আপোনাৰ আয়ৰ ওপৰত বাৰমাহে কোনো প্ৰভাৱ নপৰিবলৈ UTL Solar য়ে আন কিছুমান নতুন সামগ্ৰী বজাৰত আৰম্ভ কৰিব, আৰু যিবোৰ কেৱল UTL Retail Franchise ত উপলব্ধ হ'ব।

HD LED SMART TV

UTL Gas Geyser

Gas Geyser

90 Days Money Back on Investment on Franchise Business

UTL য়ে আপুনি বিনিয়োগ কৰা ধনক তথা আপোনাৰ কষ্টক সন্মান জনায়,আৰু সেয়েহে আপোনাৰ ব্যৱসায় সফল হোৱাতো UTL ৰ কাম্য। UTL য়ে সম্পূৰ্ণ সহযোগিতাত আপোনাৰ ব্যৱসায় প্ৰসাৰ আৰু প্ৰচাৰ কৰি অৰ্থনৈতিক ভাবে স্বাৱলম্বী হওক।

আপুনি UTL Solar Franchisee ত বিনিয়োগ কৰাৰ পাছত আমি যিখিনি সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছো সেইখিনি আমি যদি ৰাখিব নোৱাৰো, তেনেহলে আপুনি ৩ মাহৰ ভিতৰত সকলো সামগ্ৰী ওভতাই দি ধনৰাশি ওভতাই লব পাৰে ৷

এই ফৰ্মখন ভৰ্তি কৰক আৰু UTL Shoppe ৰ বিষয়ে বিস্তাৰত জানক ৷

এই ফৰ্মখন ভৰ্তি কৰক আৰু UTL Shoppe ৰ বিষয়ে বিস্তাৰত জানক ৷

Client Details
[ssba-buttons]